Skip to main content

Posts

Showing posts with the label সত্ৰীয়ানৃত্যৰইতিহাস

সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু  ইতিহাস

সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু  ইতিহাস পৰিচয় :  সত্ৰীয়া নৃত্য (Satriya Dance) সৃষ্টি কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে।আন আন স্বীকৃতি প্ৰাপ্ত ভাৰতীয়   শাস্ত্ৰীয় নৃত্য (Indian classical dance) সমূহৰ দৰে এই নৃত্য ধাৰাতিৰ মাজতো কিছুমান বিশেষ বৈশিষ্ট্য দেখা পোৱা যায়।আনহাতে, সত্ৰীয়া নৃত্যৰ আছে বহু পুৰণি ইতিহাস। এই সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য সম্পৰ্কে জনাৰ পূৰ্বে সত্ৰীয়া নৃত্যৰ উৎপত্তি  বা সত্ৰীয়া নৃত্যৰ ইতিহাস সম্পৰ্কে জনাটো নিতান্তই প্ৰয়োজনীয়। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মূলতঃ অসমত  বৈষ্ণৱ ধৰ্ম (vaishnav religion)  প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অংকীয়া নাট (Ankia naat) ভাওনাৰ মাধ্যমেৰে এই নৃত্য ধাৰাতিৰ সৃষ্টি কৰিছিল।এই লেখাটিৰ জৰিয়তে সত্ৰীয়া নৃত্যৰ বৈশিষ্ট্য আৰু ইতিহাস সম্পৰ্কে আলোচনা কৰা হৈছে। সূচী পত্ৰ সত্ৰীয়া নৃত্যৰ উৎপত্তি বা  সত্ৰীয়া নৃত্যৰ ইতিহাস   : পঞ্চদশ শতিকাৰ শেষভাগত অথবা   ষোড়শ শতিকাৰ প্ৰাৰম্ভণিত  নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে সত্ৰ প্ৰতিষ্ঠা ...