Skip to main content

Posts

Showing posts with the label Borgeet

assamese borgeet । মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা

assamese borgeet । মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য ও তাত্বিকতা অসমীয়া সাহিত্য আৰু সংস্কৃতিলৈ Assamese literature and culture মহাপুৰুষ মাধৱদেৱৰ অৱদান অভূতপূৰ্ব। এইজনা মহাপুৰুষে শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰি বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। মাধৱদেৱে ধৰ্ম প্ৰচাৰ কৰাৰ উপৰিও  গীত ,  ভটিমা ,নাট, নাটক , কাব্য, গ্ৰন্থ আদি ৰচনাৰে অসমৰ  সাহিত্য  আৰু সাংস্কৃতিক ভড়াল চহকী কৰি গৈছে। এইজনা অৰ্থাৎ assamese borgeet মাধৱদেৱৰ  বৰগীতৰ বৈশিষ্ট্য ও  তাত্বিকতা  সমূহৰ বিষয়ে এই আলোচনাটিত আগবঢ়োৱা হৈছে। মাধৱদেৱৰৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য  :  শংকৰদেৱৰ আজ্ঞা পালি মাধৱদেৱে বৰগীত Borgeet ৰচনা কৰিছিল। কিন্তু শংকৰদেৱৰ গীত ৰচনা কৌশল তথা ভাৱৰ পৰা সম্পূৰ্ণ পৃথক ভাৱে মাধৱদেৱে গীত ৰচনা কৰিছিল।  মাধৱদেৱৰ বৰগীতৰ বৈশিষ্ট্য সমূহৰ বিষয়ে আলোচনা কৰিলে এইজনা মহাপুৰুষৰ সৃষ্টি বৰগীত সমূহত মূলত ভক্তি বাৎসল্য ৰস দেখা পোৱা যায়। শিশু কৃষ্ণৰ বিভিন্ন লীলা মহাত্মা, ৰূপ বৰ্ণনা আৰু ঈশ্বৰত্ব প্ৰকাশক বৰ্ণনা এখেতৰ দ্বাৰা ৰচিত বৰগীত সমূহত মূল বৈশিষ্ট্য হিচাপে...