Skip to main content

Posts

Showing posts with the label সত্ৰীয়াসংগীত

ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয়া সংগীত তথা বৰগীত সমূহত ৰাগৰ প্ৰয়োগ

ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয়া সংগীত তথা বৰগীত সমূহত ৰাগৰ প্ৰয়োগ ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয়া সংগীত তথা বৰগীত সমূহত ৰাগৰ প্ৰয়োগ  শীৰ্ষক এই আলোচনাটিত সত্ৰীয়া সংগীতত প্ৰচলিত ৰাগ সমূহৰ নাম তথা ৰাগ পৰিৱেশন বিধি আৰু ৰাগৰ ভাগ (types of raaga in music)  সম্পৰ্কে আলোচনা কৰা হৈছে। লগতে,সময় অনুযায়ী ৰাগ সমূহৰ পৰিবেশন প্ৰক্ৰিয়া বিষয়েও আলোচনা আগবঢ়োৱা হৈছে। ভাৰতীয় শাস্ত্ৰীয় সংগীত সত্ৰীয়া সংগীত তথা বৰগীত সমূহত ৰাগৰ প্ৰয়োগ : সত্ৰীয়া সংগীত হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীত ৰ অন্তৰ্গত এটি ভাগ। যিহেতু সত্ৰীয়া নৃত্য ই শাস্ত্ৰীয় নৃত্য ৰূপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।ভাৰত বৰ্ষৰ অনান্য শাস্ত্ৰীয় সংগীত সমূহত প্ৰয়োগ হোৱা ৰাগ সমূহৰ দৰে অসমীয়া নৃত্য সত্ৰীয়াটো বৰগীত বা অংকীয়া নাটৰ গীত ( song ) আৰু অন্যান্য গীত বিলাকত ৰাগ প্ৰয়োগৰ ক্ষেত্ৰত কেইটামান বিশেষ ৰীতি মানি চলা হয়।যেনে- নিদিষ্ট ৰাগ নিদিষ্ট সময়ত গোৱা বা পৰিবেশন কৰা হয়। অৰ্থাৎ বৰগীত সমূহত পূৱা পৰিবেশন কৰিলে পূৱা বেলাত বান্ধি থোৱা ৰাগৰ গীত আৰু বিয়লি বা গধূলি সময়ত পৰিবেশন কৰিলে সেই সময়ত বান্ধি থোৱা ৰাগৰ অনুসৰি গী...

অসমৰ সত্ৰীয়া সংস্কৃতি । সত্ৰীয়া নৃত্য সমূহ

অসমৰ সত্ৰীয়া সংস্কৃতি । সত্ৰীয়া নৃত্য সমূহ পৰিচয় : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে পঞ্চদশ শতিকাৰ শেষভাগত অথবা ষোড়শ শতিকাৰ প্ৰথম ভাগত অংকীয়া ভাওনাৰ দ্বাৰা সৃষ্টি কৰা অসমৰ সত্ৰীয়া সংস্কৃতি ৰ অন্তৰ্গত নৃত্য ধাৰা টিয়েই হৈছে সত্ৰীয়া নৃত্য। মহাপুৰুষ জনাই নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই নৃত্য ধাৰাটিক গঢ়ি তুলিছিল। বৰ্তমান সত্ৰীয়া নৃত্য  ভাৰতৰ শাস্ত্ৰীয় নৃত্য ধাৰা সমূহৰ অন্যতম এক স্বীকৃতি প্ৰাপ্ত নৃত্য হিচাপে স্হান লাভ কৰিবলৈ সক্ষম হৈছে।এই আলোচনাটিত  অসমৰ সত্ৰীয়া সংস্কৃতি সত্ৰীয়া নৃত্য সমূহ ৰ বিষয়ে আৰু ইয়াৰ শিক্ষণ প্ৰণালীৰ সম্পৰ্কে  উল্লেখ কৰা হৈছে। সূচী পত্ৰ সত্ৰীয়া নৃত্য শিক্ষা   :  সত্ৰীয়া পৰম্পৰা অনুসৰি এজন বালক ভকতে সত্ৰলৈ আহি প্ৰথমে গুণমালা, ভটিমা আদিৰ শিক্ষা লোৱাৰ লগতে গুৰুৰ ওচৰত সত্ৰীয়া নৃত্যৰ শিক্ষাও গ্ৰহণ কৰিব লাগে। যিহেতু,এই  সত্ৰীয়া   নৃত্য শব্দটিৰ মাজত বহু কেইখন নৃত্য সোমাই আছে। সেয়েহে,সকলো খিনি নৃত্য সম্পূৰ্ণ ভাৱে আয়ত্ব কৰিবলৈ এক দিঘলীয়া সময় অতিক্ৰম কৰিব লগা হয়। আনহাতে,সৰু কালৰ পৰা এই নৃত্যৰ শিক্ষা গ্ৰহণ কৰিলে ...